অসম

ভেৰগাৱত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

প্ৰথম খবৰ,ডিমাকুছি: কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণআৰু কমতাপুৰ ৰাজ্য পূৰ্নগঠনৰ দাবীক শীঘ্ৰে কাৰ্য্যকৰী কৰাৰ দাবীত আজি আক্ৰাছুই আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ভেৰগাঁৱ মহকুমাত আছিল সৰ্বাত্মক ৷ বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থকে শিলগুটি নিক্ষেপ কৰি এখন ট্ৰাকৰ ক্ষতিসাধন কৰে ভেৰগাঁৱত ৷

Related Articles

Leave a Reply

Close