অসম

মানকাছৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড

প্ৰথম খবৰ,হাটশিঙিমাৰী: দক্ষিণ শালমাৰা জিলাৰ সোণাপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড ৷ বিদ্যুৎ ব্যৱস্থাৰ অনিয়ম হোৱা বাবে ৰাইজৰ ক্ষোভ ৷ উত্তেজিত ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে কাৰ্যালয় ৷ জিলাখনত দৈনিক ২৪ ঘন্টাত মাত্ৰ ২/৩ ঘণ্টা বিদ্যুত থাকে ৷

Related Articles

Leave a Reply

Close