অসম

মিৰ্জাত বিদ্যুৎস্পৃষ্ঠ হৈ পাঁচটাকৈ পশু ধনৰ কৰুণ মৃত্যু

প্ৰথম খবৰ, মিৰ্জা: মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীৰ হকখাবড়ীত দেওবাৰে বিয়লি উন্মুক্ত ট্ৰেণ্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ঠ হৈ পাঁচটাকৈ পশু ধনৰ কৰুণ মৃত্যু হয় ।স্থানীয় লোকে জানিব দিয়া মতে বিদ্যুৎ বিভাগৰ লোকে নিজ খেয়াল খুচি মতে পথৰ কাষত উন্মুক্ত ভাৱে ট্ৰেণ্সফৰ্মাৰ স্থাপন কৰিছিল ।যাৰ ফলত বাৰিষাৰ সময়ত তলত পানীৰে উপচি পৰে। আজি পশু ধন সমূহ ঘৰলৈ উভতি আহি থাকোতে ট্ৰেণ্সফৰ্মাৰটো থকা পানীত বিদ্যুৎস্পৃষ্ঠ হৈ পাঁচটাকৈ পশু ধন  কৰুণ ভাৱে মৃত্যুক আকোৱালি লয়। স্থানীয় লোকে পশু ধন কেইটাৰ ক্ষতি পূৰণ বিছাৰি বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনে হোৱা বুলি অভিযোগ তুলিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close