অসম

মুকালমুৱাত অপহৰণকাৰী সন্দেহত মহিলাক আৱদ্ধ

প্ৰথম খবৰ,মুকালমুৱা: মুকালমুৱাৰ শনিৰোডত এগৰাকী মহিলাক আবদ্ধ ৷ বিল্লালুৰ ৰহমান নামৰ লোকজনে ঘৰতে আবদ্ধ কৰি ৰাখিলে মহিলা গৰাকীক ৷ মহিলা গৰাকীয়ে অপহৰন কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ ৷
বিল্লালুৰ ৰহমানৰ ছোৱালীক অপহৰন কৰাৰ সন্দেহ ৷
বিল্লালুৰ ৰহমানৰ ছোৱালী গৰাকী অপহৰন হৈছিল এবছৰ পূৰ্বে ৷ ৬০ উৰ্ধৰ মহিলা গৰাকীৰ ঘৰ বৰপেটাৰ গেলাবিলত৷ মহিলা গৰাকীৰ নাম ৰুফিয়া বেগম ৷

Related Articles

Leave a Reply

Close