অসম

মেট্ৰিকত অনুত্তীৰ্ণ সকলৰ বাবে সু-খবৰ:ছেবাই অনুষ্টিত কৰিব কম্পাৰমেন্টল পৰীক্ষা

নিউজ ব্যুৰ’, প্ৰথম খবৰ: ১৭ জুলাইৰ পৰা ৩০ জুলাইলৈ চলিব পৰীক্ষা,পৰীক্ষাত অনুতীৰ্ণ হোৱা যি সকল পৰীক্ষাৰ্থীয়ে সৰ্বমুঠ ১৭০ বা তাতোকৈ অধিক নম্বৰ লাভ কৰিছে সেই সকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। গোটেই বিষয়ত নহয়, কেৱল তিনিটা বিষয়ত পৰীক্ষা দিলেই হ’ব। এই ক্ষেত্ৰত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ জৰিয়তে পৰীক্ষাৰ্থী সকলে ৫ জুনৰ পৰা ১২ জুনৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব পাৰিব। ২০ আগষ্টৰ ভিতৰত ঘোষণা হ’ব ফলাফল। চলিত বর্ষতে নামভৰ্তি কৰিব কৰিব ছাত্ৰ-ছাত্ৰীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close