অসম

ম্যানমাৰৰ সীমান্তত আমগুৰিৰ জোৱান নিহত

প্ৰথম খবৰ,আমগুৰি: উগ্ৰপন্থীৰ এক ভয়াবহ বোমা বিস্ফোৰণত কালি আমগুৰিৰ এজন সেনা জোৱান নিহত হয়। আমগুৰি দোপদৰ অভয়পুৰীয়া গাঁৱৰ এই সেনা জোৱান জনৰ নাম লোহিত গগৈ। প্ৰাপ্ত খবৰ মতে অসম ৰাইফলৰ জোৱান লোহিত গগৈয়ে কালি সতীৰ্থৰ সৈতে ম্যানমাৰৰ সীমান্তত লাগি থকা মণিপুৰ উখৰুল জিলাৰ কাচম অঞ্চলত তালাচী চলাবলৈ গৈছিল। কাইলৈ জোৱান জনৰ মৃতদেহ নিজ গৃহ পাবহি।

Related Articles

Leave a Reply

Close