অসম

যুদ্ধ বিমান! নামনিৰ ভিন্ন প্ৰান্তত চাঞ্চল্য

প্ৰথম খবৰ, বঙাইগাঁও: ৰহস্যজনক শব্দক লৈ নিশা নামনি অসমৰ বিভিন্ন প্ৰান্তত চাঞ্চল্য। বহুসময় আকাশত শুনা গ’ল ৰহস্যময় শব্দ। যুদ্ধ বিমানৰ দৰে আছিল এই শব্দ। কিন্তু প্ৰত্যক্ষ নহ’ল কোনো বিমান। অভয়াপুৰী, বঙাইগাঁও, চাপৰ, গোসাইগাঁও, গোৱালপাৰাতো শুনা গ’ল এই শব্দ। নিশা প্ৰায় এঘন্টাজুৰি শুনা গ’ল এই শব্দ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close