অসম

লামডিং ৰেল ষ্টেচনত দিল্লী আৰক্ষীৰ অভিযান: আটক যুৱক

প্ৰথম খবৰ,লামডিং: লামডিং ৰেল ষ্টেচনত দিল্লী পুলিচৰ অভিযান। দক্ষিণ দিল্লীৰ নেব শৰাই পুলিচে লামডিং ষ্টেচনত এজন যুৱকক আটক কৰে। যুৱক জনৰ নাম চলমান খান। দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা দহ লক্ষ টকা চুৰি কৰিছিল। আটকাধীন যুৱকৰ পৰা বহু টকা উদ্ধাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close