অসম

লামডিঙতো উৰা বাতৰিৰ প্ৰভাৱ

প্ৰথম খবৰ, লামডিং:  বিদ্যালয়ত বেজী দিয়াৰ আতংকই লামডিঙৰ বহু বিদ্যালয়ৰ ছাত্র ছাত্ৰী বেজী দিয়াৰ ভয়ত পলায়ন কৰে। ছাত্র ছাত্ৰীক বিচাৰি অভিভাকৰ মাজত অপ্ৰীতিকৰ পৰিৱেশ। এজনী মহিলা কলা কাপোৰ পিন্ধি আহি বিদ্যালয়ত বেজী দিয়াৰ উৰা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close