অসম

লালুকত হত্যাৰ অভিযোগত যুৱক আটক

প্ৰথম খবৰ,নাওবৈচা: লখিমপুৰ জিলাৰ লালুকৰ যুৱনগৰত যোৱা ২১ তাৰিখে যুৱ ব্যৱসায়ী গুলজাৰ খানক গুলীয়াই হত্যা কৰাৰ পিচত পৰিয়ালৰ লোকে আৰক্ষীক এক গোচৰ তৰা ভিত্তিতে আজি লালুক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ২নং ধৰমপুৰ পৰা চাহনাজ আলি নামৰ এজন যুৱকক লালুক আৰক্ষীয়ে আটক কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close