অসমশীৰ্ষ

শক্তিপীঠৰ অম্বুবাচী

নিউজ ডেক্স, প্ৰথম খবৰ: আজি অম্বুৱাচী  দ্বিতীয় দিন। লোকে-লোকাৰণ্য হৈ পৰিছে পবিত্ৰ কামাখ্যা ধাম। প্ৰখৰ ৰ’দক নেওচি সমাগম ঘটিছে ভক্তৰ।

ভাৰতৰ বিভিন্ন প্ৰান্তকে আদি কৰি দেশী-বিদেশী ভক্তৰ সমাহাৰ শক্তিপীঠত। জনবিশ্বাস অনুসৰি অম্বুৱাচীৰ সময়ত মা কামাখ্যাৰ ঐশ্বৰিক শক্তিয়ে মনোবাঞ্ছা পূৰ্ণ কৰে ভক্তৰ।

লক্ষ্যণীয় যে, মা-কামাখ্যাৰ প্ৰৱেশ দ্বাৰৰ পৰা মূল প্ৰৱেশ দ্বাৰলৈকে হাজাৰ-হাজাৰ ভক্তৰ লানি নিছিঙা সোতঁ। এক মনোমোহা পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত।

Related Articles

Leave a Reply

Close