অসম

শালবাৰীতো এবছুৰ প্ৰতিবাদ

প্ৰথম খবৰ,শালবাৰী: পৃথক বডোলেণ্ডৰ দাবীত পুনৰ সৰব এবছু ৷ ডিভাইদ আছাম ৫০ – ৫০ ধ্বনিৰে উত্তাল বাক্সাৰ শালবাৰী । পৃথক বডোলেণ্ডৰ দাবীত শালবাৰী এবছুৰ জোৰ লৈ সমদল । শালবাৰীৰ ৯ খন আঞ্চলিকৰ ৫ সহস্ৰাধিক এবছু কৰ্মীৰ প্ৰতিবাদ ।

Related Articles

Leave a Reply

Close