অসম

শিমলুগুৰিত সমূহীয়া ইফটাৰ

প্ৰথম খবৰ,শিমলুগুৰি : সদ্য বিভাজিত কলুষিত মনৰ বিপৰীতে সাতামপুৰুষীয়া ঐক্যৰ নিদৰ্শনেৰে শিমলুগুৰিৰ ধৰ্ম প্ৰাণ ব্যক্তি প্ৰদীপ বৰুৱাই তেতেলিগুৰি মচজিদত ইয়াৰ জামাতৰ ৰোজাদাৰ সকলক আজি ইফটাৰ কৰোৱায় ৷ লগতে মচজিদৰ উন্নয়নৰ বাবে আৰ্থিক বৰঙণিও আগবঢ়ায় ৷ ৰোজাদাৰ সকলৰ লগত প্ৰদীপ বৰুৱাই সমানে ইফটাৰ গ্ৰহণ কৰাৰ পূৰ্বে জামাতে এই ঐক্য সম্প্ৰতি সমাজত অটুট থাকিবৰ ববে এক ৰাজহুৱা দোৱা কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close