অসম

শিৱসাগৰত অসমীয়া যুৱমঞ্চৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,শিৱসাগৰ: আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত নাৰী নিৰ্যাতনৰ গোচৰ ফাষ্ট্ৰ টেক আদালতত বিচাৰ কৰা, আৰ্দশ বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্রত শিক্ষা বিভাগে লোৱা অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ লগতে ঐতিহাসিক জয়সাগৰ পুখুৰীৰ চাৰিবেৰৰ কাঁটা তাৰৰ ব্যৱস্থা কৰাৰ দাবীৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

Related Articles

Leave a Reply

Close