অসম

শিৱসাগৰ শিমলুগুৰিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, শিমলুগুৰি: শিমলুগুৰি আঞ্চলিক সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাৱল কৰি তোলে। কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী গৰাকীয়ে আদৰ্শ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ যোগ্যতা নাই বুলি কৰা এই বিৰূপ মন্তৱ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ।

Related Articles

Leave a Reply

Close