থোৰতে

সবকা সাথ সহকা বিকাশ

প্ৰথম খবৰ, মৰিগাঁও: কেন্দ্ৰীয় চৰকাৰৰ সফল তৃতীয় বৰ্ষপূতি উদযাপন উপলক্ষে আজি বিয়লি 2 বজাত মৰিগাঁও চহৰৰ তৰুণ ৰাম ফুকন খেল পথাৰ প্ৰাঙ্গণত “সবকা সাথ সবকা বিকাশ ” শীৰ্ষক এখনি সন্মিলন আয়োজন কৰা হৈছে। উক্ত অনুস্থানত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰাজেন গোঁহাইদেৱে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব ।

Related Articles

Leave a Reply

Close