অসম

সাউদৰভিঠাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

প্ৰথম খবৰ, শালবাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ সাউদৰভিঠাতো আজি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতীয় সেনাৰ সাউদৰভিঠাস্থিত সেনা চাউনীৰ উদ্যোগত দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত যোগ দিৱসত ছাত্ৰ-ছাত্ৰীৰ মাজত যোগ শিক্ষা দিয়ে সেনাৰ কেইবাজনো বিষয়াই। অনুষ্ঠানত প্ৰধান শিক্ষক ভাস্কৰ দাসৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী সকলে সহযোগ কৰে।

Related Articles

Leave a Reply

Close