অসমশীৰ্ষ

সোণাৰিত পথ দুৰ্ঘটনা: নিহত ১

প্ৰথম খবৰ সোণাৰি: সোণাৰিৰ কাকতিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এজন নিহত । পলাশ গগৈৰ নামৰ মটৰ চাইকেল আৰোহী নিহত। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখা মুখি সংঘৰ্ষ । AS06AC-2362 নম্বৰৰ ডাম্পাৰ আৰু As23E-5994 নম্বৰৰ টি ভি এচ ভিক্টৰ মাজত সংঘৰ্ষ । নিহত পলাশ গগৈৰ ঘৰ সোণাৰি আইদেউ পুখুৰীত ।

Related Articles

Leave a Reply

Close