অসম

সোণাৰিত পথ দুৰ্ঘটনা

প্ৰথম খবৰ সোণাৰি: জৰাজীৰ্ণ সোণাৰি নামতোলা পথত বৃহৎ বৃহৎ গাতৰ বাবে বলেৰ’ পিকআপ গাড়ীৰ ওপৰত বাগৰিল দহ চকীয়া ট্ৰাক। কথমপি প্ৰাণ ৰক্ষা চালকৰ। AS04 AC 7576 নম্বৰৰ বলেৰ’ৰ ওপৰত বাগৰিল AS04 AC 3316 নম্বৰৰ দহ চকীয়া ট্ৰাক ৷ নীৰৱ গড়কাপ্তানি বিভাগ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close