অসম

হালাকুৰাত পথ দূৰ্ঘটনা

প্ৰথম খবৰ,হালাকুৰা: কিছু সময় পূৰ্বে হালাকুৰা আৰক্ষী চকীৰ সন্মুখত মটৰ চাইকেল দূৰ্ঘটনা সংঘটিত হল। নিয়ন্ত্ৰণ হেৰাই গৈ চালকগৰাকীয়ে এখন ঠেলাত লগাই দিয়ে আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close