অসম

হোজাইত নিশা আবকাৰী বিভাগৰ অভিযান

প্ৰথম খবৰ,হোজাই: হোজাইত নিশা হঠাৎ চলিল আৰক্ষী-আবকাৰীৰ সুৰা বিৰোধী অভিযান। হঠাৎ সাৰ পালে হোজাইত আবকাৰী বিভাগ। চহৰৰ মাজ মজিয়াৰ লালপট্টি আৰু চুলাই পট্টি আদি এলেকাত অভিযান চলাই কেইবাখনো চুলাই মদৰ ঘাটি উৎখাত ৷ এই অভিযানত আনুমানিক প্ৰায় ১৫০০ লিটাৰ দেশী সুৰা বিনষ্ট । হোজাই আবকাৰী আৰু আৰক্ষী নেতৃত্বত চলে এই সুৰা বিৰোধী অভিযান।

Related Articles

Leave a Reply

Close