অসম

হোজাইৰ অপহৃত ছাত্ৰী গুজৰাটত উদ্ধাৰ

প্ৰথম খবৰ,হোজাই: হোজাইৰ অপহৃত ছাত্ৰীক গুজৰাটৰ ৰাজকোটত উদ্ধাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা দি বিদ্যালয়ৰ পৰা ওলাই অহা সময়তে অপহৃত হৈছিল ছাত্ৰী গৰাকী। অপহৰকাৰী ৰামপ্ৰতাপ চৌহানক গুজৰাটৰ ৰাজকোটৰ পৰা গ্ৰেপ্তাৰ হোজাই আৰক্ষীৰ। বিদ্যালয় সন্মুখৰ পৰা ৬ মাৰ্চত অপহৰণ কৰিছিল ছাত্ৰী গৰাকীক । ছাত্ৰীৰ পৰিয়ালে হোজাই থানাত গোচৰ তৰিছিল। গোচৰৰ ভিত্তিত হোজাই আৰক্ষী আৰু গুজৰাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ ৰাম প্ৰতাপ চৌহান ।

Related Articles

Leave a Reply

Close