অসম

হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ,লংকা: হোজাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। কাকী ডিমৰু পথাৰৰ টেট শিক্ষক সকলৰ নিয়মীয়াকৰণৰ দাৱীত কৃষক ৰাইজ নামিল ৰাজপথত ৷ হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ। কাকীৰ কৃষক ৰাইজে ৰাস্তা-ঘাট, বিজুলী যোগান, বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নীত কৰণ, বিশুদ্ধ খোৱা পানী যোগান, দুখীয়া কৃষকক ভূমি পট্টা প্ৰদান আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাৱীত প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল।

 

Related Articles

Leave a Reply

Close