অসম

৫০ হাজাৰ গছ পুলি ৰোপণেৰে অভিলেখ সৃষ্টি গোলাঘাটত

প্ৰথম খবৰ,গোলাঘাট: অসম অথবা দেশৰেই নহয় , সমগ্ৰ বিশ্বতে পোন প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিলে “বৃক্ষ উৎসৱ-২০১৭”ই । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত এই উৎসৱ। মেলামৰা গ্ৰাম্য আৰু চাহ প্ৰকল্পৰ উদ্যোগত আৰু NGO বৃক্ষৰ সহযোগত অনুস্থিত হোৱা দুদিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা সমগ্ৰ খুমটাই সমষ্টিত মুঠ ৫০ হাজাৰ গছ পুলি ৰোপনৰ অভিযান আৰম্ভ হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close