অসম

ৰঙিয়াত অগপৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,ৰঙিয়া: উত্তৰ পূৱ সীমান্ত ৰেলত ১০০ শতাংশ থলুৱা নিযুক্তি , ৰঙিয়াক ৰেল নগৰী হিচাবে গঢ়ি তোলা, বহিৰাগত নিযুক্তি বন্ধ কৰা আদি দাবীৰ সমৰ্থনত আজি অগপ আৰু অসম যুৱ পৰিষদ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়া DRM কাৰ্যালয়ৰ সমুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত DRM ক স্মাৰক পত্ৰ প্ৰদান কৰা হয় । কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো, কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা সহ অন্যান্য নেতৃ বৃন্দ উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close