অসম

ৰঙিয়াত যোগ দিৱস পালন

প্ৰথম খবৰ,ৰঙিয়া: সমগ্র বিশ্বৰ লগতে আজি ৰঙিয়াত যোগ দিবস পালন কৰা হয় । ৰঙিয়া শিৱ মন্দিৰ বাকৰিত মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত নাৰী পুৰুষ বৃদ্ধ বৃদ্ধা সহ শতাধিক লোক অংশ গ্ৰহণ কৰে । এই উপলক্ষে বন্তি প্ৰজ্জ্বলন যোগ প্ৰদৰ্শন আলোচনা চক্ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সেনা বিষয়া সকলেও অংশগ্ৰহণ কৰে । অনুষ্ঠানত যোগ প্ৰদৰ্শন কৰে হৰিদ্বাৰৰ সেৱাব্ৰতী অমলেন্দু জী ৷

Related Articles

Leave a Reply

Close