অসম

ৰঙিয়াত সামগ্ৰী আৰু সেৱা কৰ সন্দৰ্ভত সজাগতা সভা

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া ৰাইজ মেল কৃষক ভৱনত আজি আবেলি সামগ্ৰী আৰু সেৱা কৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয় । ৰঙিয়া HDFC বেংকৰ উদ্যোগত অনুষ্ঠিত সভাত কেইবা গৰাকী সমল ব্যক্তিয়ে অহা ১ জুলাইৰ পৰা প্ৰৱৰ্তন হ’বলগীয়া কৰৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয় । সভাত ৰঙিয়াৰ ব্যৱসায়ী সকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close