অসম

ৰমজানত ভোডাফোনৰ বিশেষ অফাৰ- ভোডাফোন ৰমজান 786 প্লেন

 

নিউজ ব্যুৰ’, প্ৰথম খবৰঃ ৰমজান উপলক্ষে ভোডাফোনৰ নতুন পোষ্টপেইড সংযোগ ল’ব খোজা গ্ৰাহকলৈ বিশেষ অফাৰ। ভোডাফোনে এই ৰমজানত আগবঢ়াইছে পোষ্টপেইডৰ নতুন সংযোগ লোৱা গ্ৰাহকৰ বাবে ৰমজান 786 প্লেন। এই প্লেনৰ অংশবিশেষ হিচাপে অসম আৰু উত্তৰ পূৱ চাৰ্কলৰ নতুন ভোডাফোন গ্ৰাহকসকলে ৭৮৬ টকাত লাভ কৰিব আনলিমিটেড ভইচ কলিং, আনলিমিটেড  নেশ্যনেল ৰোমিং আৰু ২৫ GB ডাটা। কেৱল ইমানেই নহয়, ভোডাফোনৰ ৭৮৬ নম্বৰ সংলগ্ন প্ৰিমিয়াম নম্বৰ চিৰিজ ব্যৱহাৰকাৰী গ্ৰাহকসকলে ৫০ শতাংশ ৰেহাইৰ অফাৰ লাভ কৰিব। ইয়াৰ উপৰিও, ভোডাফোনৰ সকলো গ্ৰাহকৰ বাবে চলিত থকা অফাৰৰ সুবিধাসমূহো অব্যাহত থাকিব। গতিকে, চলিত ৰমজানত ভোডাফোন ৰমজান 786 প্লেনৰ সুবিধা লওঁক আৰু আত্মীয় স্বজন, বন্ধু-বান্ধৱৰ সৈতে আনলিমিটেড কলৰ সুবিধা গ্ৰহণ কৰক।

Related Articles

Leave a Reply

Close