অসম

ৰহাত গ্ৰন্থ উন্মোচন

প্ৰথম খবৰ চাপৰমুখ/ৰহা: আজি ৰহাৰ নগৰ সমিতিৰ সভাগৃহত লেখক লক্ষ্মী প্ৰসাদ ডেকাৰ প্ৰথম প্ৰয়াস সমকালৰ প্ৰতিবিম্ব নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ কমল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক লোকেশ্বৰ গগৈয়ে ৷

Related Articles

Leave a Reply

Close