অসমশীৰ্ষ

ৰাজ্যত ২৪ ঘন্টাই বিজুলী উপলব্ধ হ’ব—পল্লৱলোচন দাস

প্ৰথম খবৰ,মৰিগাঁৱ: “বছৰৰ ২৪ ঘন্টাই বিজুলীৰ যোগান ধৰা হব” এই ভাষ্য শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ । আজি মৰিগাঁৱ প্ৰধানমন্ত্ৰী উজ্জ্বলতা যোজনা উন্মোচন কৰি এনেদৰে কয় মন্ত্ৰী গৰাকীয়ে। লগতে মন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিৰ অধীনত এহেজাৰ লোকক ৰন্ধন গেছৰ বিতৰন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close