ৰহঘৰা

অমৰ প্ৰেম

একে ক্লাছতে পঢ়া এহাল প্ৰেমিক প্ৰেমিকা ।
প্ৰেমত ইমানেই মজিলে যে , পঢ়াশুনাৰ ফালে পিঠি দিলে । দিনে ৰাতিয়ে কেৱল প্ৰেম মাথো প্ৰেম ।
ক্লাছত প্ৰেম , কেণ্টিনত প্ৰেম আনহে নালাগে ৰাতি এপৰৰ লৈকে মোবাইলতো প্ৰেম ।
,
ফলাফল
,
দুয়োটাই পৰীক্ষাত গেঠেলা মাৰিলে ।
,
লাজ চৰমক জলাঞ্জলি দি দুয়োতাই ৰিজাল্ট দিয়াৰ দিনাও ৰাতি ফোনত কথা পাতিছে ।
,
প্ৰেমিকা = জানা জান !! দেউতাই কৈছে মোৰ আৰু পঢ়াশুনা বন্ধ । ৰিক্সাৱালা এটা পালেও হেনু মোক বিয়া দি দিব ।
,
,
প্ৰেমিক = ভালেই হৈছে দেহা !! মোকো আৰু দেউতাই পঢ়াশুনা কৰিবলৈ নিদিয়ে । ৰিক্সা এখন হে কিনি দিব হেনু । তাকে চলাব লাগিব ।
সঁচাকৈয়ে ভগবানে আমাক এক কৰিহে এৰিব ।।
,

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close