বিনোদনশীৰ্ষ

‘আইফা এৱাৰ্ড ২০১৭’ত শ্ৰেষ্ঠ ছবিৰ গৌৰৱ অৰ্জন কৰিছে ‘নিৰজা’ই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: নিউয়ৰ্কত অনুষ্ঠিত ১৮ সংখ্যক ‘আইফা এৱাৰ্ড ২০১৭’ত শ্ৰেষ্ঠ ছবিৰ গৌৰৱ অৰ্জন কৰিছে সোনম কাপুৰ অভিনীত ‘নিৰজা’ই। ৰাম মাধৱানীয়ে পৰিচালনা কৰা ছবিখন নিৰজা ভেনটৰ জীৱন কাহিনী ওপৰত নিৰ্মিত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close