আগতে ক Posted by: admin in ৰহঘৰা July 5, 2017 নগেনে ইংৰাজী শিকি আছিল………………… / নগেন: ঐ খগেন, “I am going” ৰ অৰ্থ কি হয়??? / খগেন: মই গৈ আছো! / নগেন: আৰে, এনেকে কিয় যাবি…………??? চাল্লা! দহজন মানক সুধিলো, সকলোৱে যোৱাৰ কথাকে কয়। মোক উত্তৰটো কৈ যা তই। 2017-07-05 admin