শেহতীয়া
Home / ৰহঘৰা / আগতে ক

আগতে ক

নগেনে ইংৰাজী শিকি আছিল…………………
/
নগেন: ঐ খগেন, “I am going” ৰ অৰ্থ কি হয়???
/
খগেন: মই গৈ আছো!
/
নগেন: আৰে, এনেকে কিয় যাবি…………???
চাল্লা! দহজন মানক সুধিলো, সকলোৱে যোৱাৰ কথাকে কয়। মোক উত্তৰটো কৈ যা তই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*