অসমশীৰ্ষ

আজি মৰিগাঁও বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ ল’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

প্ৰথম খবৰ, মৰিগাঁও: বাঢ়নী পানীয়ে বুৰাই পেলাইছে মৰিগাঁৱৰ বিস্তীৰ্ণ অঞ্চল। ক’ৰবাত ক’ৰবাত মাথাউৰি চিঙা ফলত সৰ্বহাৰা হৈ ওখ ঠাইত আশ্ৰয় ল’ব লগা হৈছে বানপীড়িত ৰাইজে। যাৰ বাবে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁও বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ ল’ব। ক্ষন্তেক সময়ৰ পাছতেই মৰিগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। মৰিগাঁৱৰ পৰা পোনে পোনে মৰিগাঁৱৰ লাহৰীঘাটলৈ ৰাওনা হোৱাৰ কথা।

Related Articles

Leave a Reply

Close