অসম
আমগুৰিত জাপানীজ এনকেফেলাইটিছৰ আতংক

প্ৰথম খবৰ,আমগুৰি : স্বাস্থ্য বিভাগৰ একাংশ কৰ্মীৰ চুড়ান্ত গাফিলতিৰ আমগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুভাৱ ঘটিছে। এই ৰোগত আমগুৰি পৌৰএলেকাৰ দহ নং ৱাৰ্ডৰ এজন ব্যক্তি আক্ৰান্ত হৈছে।অতুল গগৈ নামৰ ব্যক্তি জনক ডিব্ৰুগড়স্থিত চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে।