অসম

আমগুৰিত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

প্ৰথম খবৰ, আমগুৰি: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি আমগুৰিত আটাছুৰ আমগুৰি আঞ্চলিকে উত্তাল পৰিবেশ সৃষ্টি কৰে। এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ ক্ষুব্ধ কৰ্মী সকলে প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আমগুৰি চাৰিআলিত।

Related Articles

Leave a Reply

Close