ৰহঘৰা

আমি কিবা আপত্তি কচ্চু না

মাষ্টৰ …কচুন ধুমকেতু কাক বুলে ?

ছাত্ৰঃ- ধুমকে পৰি কেতকে উঠাকে ধুমকেতু বুলে দক ছাৰ ।

মাষ্টৰঃ- আৰু জোৱাৰ ভাতা ?

ছাত্ৰঃ- উপৰৰ পৰা পল্লাক পানী, পানী পৰি হলাক গাতা, গাতাও গাতা বৈধ্য গাতা, তাকে কো এ জোৱাৰ ভাতা ।

মাষ্টৰঃ- কত শিখচা এ ?

ছাত্ৰঃ- ফেচবুকোত ছাৰ।

মাষ্টৰঃ- এই খান আৰু কি কিতাপ?

ছাত্ৰঃ- ফেচবুক হৈছি পৰীক্ষা ফেচ কৰ্বা নালগা বুক দক ছাৰ। দিনে ৰাতি আমি তামাম পঢ়ু দক ছাৰ এইখান কিতাপ।

মাষ্টৰঃ- এই ক্লাছত তোৰ কেই বছৰ হলাক?

ছাত্ৰঃ- সদায় নু কিয়া সুধে? আপ্নি দেখুন এইখান ইস্কুলত আমাৰ আই পিতেৰ দিনৰ পৰা আছে আমি কিবা আপত্তি কচ্চু না ॥॥

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close