অসমশীৰ্ষ

কংগ্ৰেছলৈ পুনৰ প্ৰত্যাৱৰ্তন

নিউজ ডেস্ক,প্ৰথম খবৰ:মোহভংগ হল কংগ্ৰেছত বিসম্বাদ কৰি বিজেপিত যোগ দিয়া কেইবাগৰাকী নেতাৰ| সেয়ে তেওঁলোক পুনৰ কংগ্ৰছ দললৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে| আজি এক সংবাদমেলৰ আয়োজন কৰি এই কথা ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে| বিজেপিলৈ যোৱা আবু তাহেৰ বেপাৰীয়ে ইতিমধ্যে তৰুণ গগৈক সাক্ষাৎ কৰি তেওঁৰ মনৰ কথা ব্যক্ত কৰিছে বুলি তেওঁ জনায়|কিন্তু যিসকলে পুনৰ দললৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে তেওঁলোকক পুনৰ গ্ৰহন কৰাৰ ক্ষেত্রত দলে সিদ্ধান্ত লব| লগতে তেওঁলোকক দললৈ আদৰণি জনালেওঁ পৰবৰ্তী পৰ্যায়ত কোনো সমষ্টিৰ পৰাই প্ৰাৰ্থীত্ব প্ৰদান কৰা নহব বুলি স্পষ্ট ভাৱে জনায় দিয়ে|

Related Articles

Leave a Reply

Close