অসম
কলাইগাৱতো আক্ৰাছুৰ প্ৰতিবাদ

প্ৰথম খবৰ,কলাইগাঁৱ: কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ আৰু ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰনৰ দাবীত আজি ৰাজ্যৰ অন্য প্ৰান্তৰ কলাই গাঁৱতো কলাইগাৱ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মূখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ।