অসম

কামপুৰত নিশা উত্তপ্ত পৰিস্থিতি

প্ৰখম খবৰ,কামপুৰ: কামপুৰ বকুলগুৰি পদুমনিত নিশা উত্তেজনা । দুই যুৱকক ৰাইজে উওম মধ্যম দি গতালে আৰক্ষীক । যুৱক দুজনৰ পৰা উদ্ধাৰ এখন ডেগাৰ । চুৰি কৰিবলৈ অহাৰ সন্দেহ স্থানীয় ৰাইজৰ । যুৱক দুজন যমুনামুখৰ ইউনিছ আলী আৰু ৰিয়াজুল হক ।

Related Articles

Leave a Reply

Close