অসম

কাৰেংচাপৰি আৰু বগীবিল ঘাটৰ মাজত ফেৰীসেৱা বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

প্ৰথম খবৰ, চিচিবৰগাঁওঃ ব্ৰহ্মপুত্ৰৰ বৰ্ধিত পানীৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি- ডিব্ৰুগড় সংযোগী কাৰেংচাপৰি আৰু বগীবিল ঘাটৰ মাজত ফেৰীসেৱা বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ফেৰীসেৱা বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close