অসম

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ১২ ঘণ্টীয়া ৰে’ল অৱৰোধৰ ফলত বিভিন্ন যাত্ৰীবাহী আৰু মালবাহী ৰে’ল আৱদ্ধ

প্ৰথম খবৰ, বইটামাৰী: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি ১২ ঘণ্টীয়া ৰে’ল অৱৰোধৰ ফলত বিভিন্ন যাত্ৰীবাহী আৰু মালবাহী ৰে’ল আৱদ্ধ হয়। নিউ কোচবিহাৰ ষ্টেচনত আৱদ্ধ হৈ আছে উজনিমুৱা শৰাইঘাট এক্সপ্ৰেজ আৰু ওঘা এক্সপ্ৰেজ, কোকৰাঝাৰত আৱদ্ধ উজনিমুৱা দাদৰ এক্সপ্ৰেজ, নিউ বঙাইগাঁৱত আৱদ্ধ নামনিমুৱা ৰাজধানী এক্সপ্ৰেজ আৰু ইন্দোৰ এক্সপ্ৰেজ, গোৱালপাৰাত আৱদ্ধ নামনিমুৱা গয়া এক্সপ্ৰেজ,বঙাইগাঁওত আৱদ্ধ নামনিমুৱা বাংগালোৰ এক্সপ্ৰেজ।

Related Articles

Leave a Reply

Close