শেহতীয়া
Home / ৰহঘৰা / গলগ্ৰহ

গলগ্ৰহ

😝😝😝
পত্নী: —
মাজে মাজে পুজা পাতল কৰিব লাগে,
ডাঙৰ ডাঙৰ সমস্যাবোৰ দুৰ হৈ যায়
পতি : –
তোৰ বাপেৰে বহুত কৰিছিল চাগে,
সেয়ে তেওঁৰ পৰা দুৰ হৈ আজি মোৰ তাত লাগি ৰল,😜😜😜😜😜

ৰাতিপুৱা পত্নী চাহ নাস্তাৰ বাবে সুধিব আহি মোক কলে অটল বিহাৰী বাজপেয়ীক ভাৰতৰত্ন দিয়াৰ কথা কয় আছে যে তেওঁনো এনে কি ডাঙৰ কাম কৰিছিল?
মই কলো:- বিয়া পতা নাছিল |

তাৰ পিছত না চাহ আহিল না নাস্তা ।
😜😜😃😤😅😉

ৰাতিপুৱা যেতিয়া অফিচলৈ বুলি ওলালো শ্ৰীমতীয়ে মাত লগালে: ভগৱানক সেৱা জনাই ঘৰৰ পৰা ওলালে সকলো কাম ঠিক মতে হয়.

মই কলো:
মই এইবোৰ বিশ্বাস নকৰো… বিয়াৰ দিনাখনো ভগৱানক সেৱা জনায়েতো ওলাইছিলো😜😜

😉😝😝😝😝😝😝😳😳😳😳😜😜😜😜 🎀 জোৱায়েকে শাহুৱেকৰ লগত কথা পাতি আছিল :
আপোনাৰ ছোৱালীয়েটো বহু কথাই নাজানে ।

শাহুৱেক : অ জোৱাই , সেই কাৰণেতো ভাল দৰা নাপালে.
😄😄😳😳😟😟😦😧😧😜😜😈😈😬😬

🎀🎀🎀🎀🎀🎀🎀🎀
পত্নী : হেৰি শুনিছেনে সেই যে মানুহজন মদ খাই নাচি আছে তেওঁক মই 10 বছৰ আগতে ৰিজেক্ট কৰিছিলো 😌😌
পতি: 😳😳😳😳 সেই ফুৰ্তিতে সি আজিলৈকে celebrate কৰিয়ে আছে 😲😜🙌✌

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*