অসম

গোগামুখত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, গোগামুখ: আজি সন্ধিয়া প্ৰায় সাত বজাত গোগামুখ -ঢকুৱাখনা পথৰ গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। AS07E 4774 নম্বৰৰ বলেৰ’ৰ লগত AS O7 J 7203 নম্বৰৰ স্প্লেণ্ডা বাইকৰ মুখা মুখি সংঘৰ্ষত দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়৷ দুয়োজনৰে অৱস্থা সংকট জনক। যুৱক দুজন ঢকুৱাখনাৰ মৌ খোৱা চাপৰিৰ বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close