অসম

চাবুৱাত ছাত্ৰ মুক্তিৰ সমিতি গঠন

প্ৰথম খবৰ,চাবুৱ: আজি চাবুৱাৰ নকাৰি-পাখৰিজনীয়া গাঁৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জিতুপন শইকীয়াৰ সভাপতিত্বত এখন শাখা সমিতি গঠন কৰা হয় । সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে অনিবাৰ্ণ ফুকনক সভাপতি দিব্য চেতিয়া আৰু শান্তনু ফুকনক যুটীয়া সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে ৪২ জনীয়া এখন শাখা সমিতি গঠন কৰে বুলি জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Close