অসম

চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰথম খবৰ, চাবুৱা: আজি মটক যুৱ-ছাত্ৰ পৰিষদে চাবুৱাৰ বালিজান চাইটিংঙত অসমৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ড: ৰাতুল সংস্কৃতায়ন মজুমদাৰ প্ৰতিকৃতি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে। অসমৰ ইতিহাস নজনা তথা অসমৰ বুৰজ্ঞী অধ্যয়ন নকৰাকৈ মটক ৰজা সৰ্বানন্দ সিংহই অসমলৈ মান আনিছিল বুলি নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ পাঠ্যপুথিত প্ৰকাশ কৰাৰ বাবে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

Related Articles

Leave a Reply

Close