ৰহঘৰা

চালাড

ভোলাই গৰ্ভৱতী ঘৈণীয়েকক
হস্পিতেলৰ লেবাৰ ৱাৰ্ডত যথাসময়ত
ভৰ্তি কৰালে ।
ৰাতি দহমান বজাত ভোলাই নাৰ্চক
কলে:-
ঃ অ চিষ্টাৰ বাইদেউ , মই
বাৰান্দাৰ
বেঞ্চখনতে শোঁগৈ । ৰাতিৰ
ভিতৰতে লৰা জন্ম হলে খবৰ দিব দেই ।
নাৰ্চ:- কি বুলি খবৰ দিম ?
ভোলা:-
ঃলৰা হলে গাজৰ হল বুলি কব আৰু
ছোৱালী
হলে বিলাহী বুলি কব দেই । পুত্ৰ
পুত্ৰী
শব্দ বোৰ কিবা ভাল
নালাগে অ ।
সৌভাগ্যক্ৰমে ৰাতিয়েই ভোলাৰ
ঘৈণীয়েকে যঁজা সন্তান প্ৰসৱ
কৰিলে ।
এটা ল’ৰা আৰু এজনী ছোৱালী ।
নাৰ্চে লৰালৰিকৈ ভোলাক খবৰটো
ভোলাক কলেহি :-
” ভোলাকাই উঠক উঠক ।”
ভোলা(খপজপকৈউঠি) :-
” কি ? কি জন্ম হল চিষ্টাৰ বাইদেউ ?”
নাৰ্চ:-
” হি হি হি ধুনীয়া ‘চালাদ’ জন্ম
হৈছে ।”
কিইইইইইইইইইঈঈঈঈঈ????????
ভোলা বেহুচ !!!!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close