অসম

চিমেন চাপৰিত পিষ্টলসহ তিনি যুৱক আটক

প্ৰথম খবৰ,চিলাপথাৰ/চিমেন চাপৰি: এক গোপন সূত্ৰৰ পম খেদি চিমেন চাপৰি আৰক্ষীয়ে আজি অস্ত্ৰসহ তিনিজন যুৱকক আটক কৰে ৷ আটক হোৱা যুৱক তিনিজন ক্ৰমে চিমেন চাপৰি মাছখোৱাৰ বিতুপন বৰগোহাঁই(১৮), জোনাই নেপালী বস্তিৰ মাইনা বৰা(২৭) আৰু পাচিঘাটৰ কটন মংকু(২৭) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে ৭.৬৫ বৰ’ৰ পিষ্টল, তিনি জাঁই সজীৱ গুলী, চুৰি, সেনাৰ পোচাকো জব্দ কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close