অসম

চুলাই মদৰ বেহা বিৰুদ্ধে সৰব চেংধৰা চাহ-বাগিছা গাওঁ ৰক্ষী বাহিনী

প্ৰথম খবৰ,লাহোৱাল: ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চেংধৰা চাহ বাগিছাত অবৈধ চুলাই মদৰ বেহাই সম্প্ৰতি সুষ্ঠ সামাজিক পৰিবেশ বিনষ্ট কৰি তুলিছে । আজি সন্ধিয়া ভাগত চেংধৰা চাহ-বাগিছা গাওঁৰক্ষী বাহিনী আৰু ৰহমৰীয়া আৰক্ষী থানাৰ যুটীয়া উদ্যোগত অবৈধ চুলাই মদৰ বেহা বিৰুদ্ধে অঞ্চলটোত অভিযান চলায় ৷

Related Articles

Leave a Reply

Close