অসম

চেঙাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,চেঙা: বৰপেটাৰ চেঙাত অঘটন ।
চেঙাৰ চাদেৰৰ কুৰত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ । মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফে.।গা ধুবলৈগৈ গৈ চাদেৰৰ দলঙৰ পৰা জপিয়াইছিল ইনজামুল ৷ মৃত ছাত্ৰজন চেঙা মুছলমান পাৰা গাঁৱৰ মনোজ আলীৰ পুত্ৰ ইনজামুল হক (১৪)। নৱম শ্ৰেণীৰ ছাত্ৰ ইনজামুল । প্ৰায় তিনি ঘন্টা সময়ৰ পিছত এচ ডি আৰ এফে উদ্ধাৰ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close